Skip to content

প্ৰশ্ন নং ৪০- আল্লাহৰ ওপৰত তাৱাক্কুল কৰা মানে কি?

الباب / الفصل
قسم العقيدة

السؤال

س40: ما هو التوكل على الله تَعَالَى؟

প্ৰশ্ন নং ৪০- আল্লাহৰ ওপৰত তাৱাক্কুল কৰা মানে কি?

الجواب

ج:هو الاعتماد على الله تَعَالَى في جلب المنافع ودفع المضار، مع الأخذ بالأسباب.

قال تَعَالَى:

﴿وَمَن يَتَوَكَّلۡ عَلَى ٱللَّهِ فَهُوَ حَسۡبُهُۥٓۚ﴾

[الطلاق: 3].

﴿حَسْبُهُ﴾: أي كافيه.

উত্তৰ- অৰ্থাৎ উপকাৰ সাধন কৰিবলৈ বা ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা পাবলৈ উপায় অৱলম্বন কৰাৰ পিছত আল্লাহৰ ওপৰত ভৰসা কৰা।

আল্লাহে কৈছেঃ

যিয়ে আল্লাহৰ ওপৰত তাৱাক্কুল কৰিব, তাৰ বাবে আল্লাহেই যথেষ্ট।

(ছুৰা আত-তালাক্বঃ ৩)

আয়াতত উল্লেখিত (حَسْبُهُ) শব্দৰ অৰ্থ হৈছে যথেষ্ট হোৱা।