Skip to content

গায়েৰ মাহৰাম নাৰী দেখিলে কি কৰিব লাগে?

الباب / الفصل
قسم المنوعات

السؤال

س۱۳: ما الواجب إذا رأيت امرأة أجنبية؟

উত্তৰ- ১২- গায়েৰ মাহৰাম নাৰী দেখিলে কি কৰিব লাগে?

الجواب

ج:الواجب غض البصر،

قال تَعَالَى:

﴿قُلْ لِلْمُؤْمِنِينَ يَغُضُّوا مِنْ أَبْصَارِهِمْ﴾

[النور: ٣٠].

উত্তৰ- দৃষ্টি সংযত কৰিব লাগে। যেনে- আল্লাহ তাআলাই কৈছেঃ

মুমিনসকলক কৈ দিয়া, সিহঁতে যেন নিজৰ দৃষ্টি সংযত ৰাখে।

(ছুৰা আন-নূৰঃ ৩০)