Skip to content

السؤال

س۱۷: ما هي التوبة؟

প্ৰশ্ন নং ১৪- তাওবা কাক বোলে?

الجواب

ج:التوبة: هي الرجوع عن معصية الله تَعَالَى إلى طاعته.

قال تَعَالَى:

﴿وَإِنِّي لَغَفَّارٞ لِّمَن تَابَ وَءَامَنَ وَعَمِلَ صَٰلِحٗا ثُمَّ ٱهۡتَدَىٰ﴾

[طه: ٨٢].

উত্তৰ- গুনাহ পৰিত্যাগ কৰি আল্লাহৰ আনুগত্যৰ ফালে উভতি অহাকে তাওবা বোলে। আল্লাহ তাআলাই কৈছেঃ

আৰু নিশ্চয় মই সেই ব্যক্তিৰ প্ৰতি ক্ষমাশীল, যিয়ে তাওবা কৰে, ঈমান পোষণ কৰে, সৎকৰ্ম কৰে আৰু তাৰ পিছত সৎপথত অবিচল থাকে।

(ছুৰা ত্বা-হাঃ ৫)