Skip to content

প্ৰশ্ন নং ৩৬- ছালাম কেনেকৈ দিব লাগে আৰু ছালামৰ উত্তৰ কেনেকৈ দিব লাগে?

الباب / الفصل
قسم الأدعية والأذكار

السؤال

س٣٦: ما هي كيفية السلام ورد السلام؟

প্ৰশ্ন নং ৩৬- ছালাম কেনেকৈ দিব লাগে আৰু ছালামৰ উত্তৰ কেনেকৈ দিব লাগে?

الجواب

ج:يقول المسلم: «السَّلَامُ عَلَيْكُمْ وَرَحْمَةُ اللَّهِ وَبَرَكَاتُهُ».

ويرد عليه أخوه: «وَعَلَيْكُمُ السَّلَامُ وَرَحْمَةُ اللهِ وَبَرَكَاتُهُ»

في الترمذي وأبو داود وغيرهما.

উত্তৰ- ছালাম এনেকৈ দিব লাগেঃ আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহ।

উত্তৰ দিবলৈ এনেকৈ ক'ব লাগেঃ ৱা আলাইকুমুচ্ছালাম অৰাহমাতুল্লাহি অবাৰাকাতুহ।

তিৰমিজী আৰু আবু দাঊদ।