Skip to content

প্ৰশ্ন নং ৩৫- অপছন্দনীয় কিবা ঘটিলে কি ক'ব লাগে?

الباب / الفصل
قسم الأدعية والأذكار

السؤال

س٣٥: ماذا تقول إذا حصل ما تكرهه؟

প্ৰশ্ন নং ৩৫- অপছন্দনীয় কিবা ঘটিলে কি ক'ব লাগে?

الجواب

ج:«الحمد لله على كل حال»

صحيح الجامع.

উত্তৰ- আল-হাম্দুলিল্লাহি আলা কুল্লি হা-ল। (সকলো অৱস্থাতে প্ৰশংসা কেৱল আল্লাহৰ বাবেই)

ছহীহুল জামে।