Skip to content

প্ৰশ্ন নং ৩- উত্তম চৰিত্ৰ তথা নৈতিকতা আমি ক'ৰ পৰা গ্ৰহণ কৰিম?

الباب / الفصل
قسم الأخلاق

السؤال

س٣: من أين نأخذ الأخلاق؟

প্ৰশ্ন নং ৩- উত্তম চৰিত্ৰ তথা নৈতিকতা আমি ক'ৰ পৰা গ্ৰহণ কৰিম?

الجواب

ج:من القرآن الكريم، قال تَعَالَى:

﴿إِنَّ هَذَا الْقُرْآَنَ يَهْدِي لِلَّتِي هِيَ أَقْوَمُ﴾

[الإسراء: ٩].

  • ومن السنة النبوية: حيث قال رسولُ اللهِ ﷺ:

«إنَّما بُعِثْتُ لِأُتَمِّمَ صالحَ الأَخلاقِ»

رواه أحمد.

উত্তৰ- আল-কোৰআনুল কাৰীমৰ পৰা। যেনে- আল্লাহ তাআলাই কৈছেঃ

নিশ্চয় এই কোৰআনে সৰল তথা সুদৃঢ় পথৰ পিনে হিদায়ত কৰে।

(ছুৰা আল-ইছৰাঃ ৫৭)

আৰু প্ৰিয় নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাদীছৰ পৰা, যেনে তেখেতে কৈছেঃ

নিশ্চয় মই নৈতিকতাক পূৰ্ণতা প্ৰদান কৰিবলৈ নবী হিচাপে আগমন কৰিছোঁ।

ইয়াক ইমাম আহমদে বৰ্ণনা কৰিছে।