Skip to content

প্ৰশ্ন নং ৩০- কাফিৰসকলৰ প্ৰকৃত বাসস্থান কোনটো?

الباب / الفصل
قسم العقيدة

السؤال

প্ৰশ্ন নং ৩০- কাফিৰসকলৰ প্ৰকৃত বাসস্থান কোনটো?

س30: ما هي دار الكافرين؟

الجواب

উত্তৰ- জাহান্নাম, মহান আল্লাহে কৈছেঃ

এতেকে সেই জুইৰ পৰা বাচিবলৈ ব্যৱস্থা কৰা, যাৰ ইন্ধন হ’ব মানুহ আৰু শিল, যিটো প্ৰস্তুত কৰা হৈছে কাফিৰসকলৰ বাবে।

(ছুৰা আল-বাক্বাৰাহঃ ২৪)

ج:النار، قال تَعَالَى:

﴿فَٱتَّقُواْ ٱلنَّارَ ٱلَّتِي وَقُودُهَا ٱلنَّاسُ وَٱلۡحِجَارَةُۖ أُعِدَّتۡ لِلۡكَٰفِرِينَ﴾

[البقرة: 24].