Skip to content

প্ৰশ্ন নং ২৯- মুমিনসকলৰ প্ৰকৃত বাসস্থান কোনটো?

الباب / الفصل
قسم العقيدة

السؤال

প্ৰশ্ন নং ২৯- মুমিনসকলৰ প্ৰকৃত বাসস্থান কোনটো?

س29: ما هي دار المؤمنين؟

الجواب

উত্তৰ- জান্নাত, মহান আল্লাহে কৈছেঃ

নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক জান্নাতত প্ৰৱেশ কৰাব, যাৰ পাদদেশত নদীসমূহ প্ৰবাহিত;

(ছুৰা মুহাম্মদঃ ১৯)

ج:الجنة، قال تَعَالَى:

﴿إِنَّ اللَّهَ يُدْخِلُ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ جَنَّاتٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ﴾

[محمد: 12].