Skip to content

আল্লাহৰ কেইটামান নাম আৰু চিফাত (গুণগত নাম) উল্লেখ কৰা।

الباب / الفصل
قسم العقيدة

السؤال

س32: اذكر بعض أسماء الله تَعَالَى وصفاته.

প্ৰশ্ন নং ৩২- আল্লাহৰ কেইটামান নাম আৰু চিফাত (গুণগত নাম) উল্লেখ কৰা?

الجواب

ج:الله، والرب، والرحمن، والسميع، والبصير، والعليم، والرزاق، والحي، والعظيم، والحكيم .... إلى غير ذلك من الأسماء الحسنى والصفات العلى.

উত্তৰ- আল্লাহ, আৰ-ৰাব্ব, আৰ-ৰাহমান, আচ-ছামী, আল-বাচীৰ, আল-আলীম, আৰ-ৰাজ্জাক্ব, আল-হাই, আল-আজীম--ইত্যাদি হৈছে তেওঁৰ সুন্দৰ নাম আৰু উচ্চমানৰ গুণ।