Skip to content
رسول الإسلام محمد صلى الله عليه وسلم

رسول الإسلام محمد صلى الله عليه وسلم

আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত পৱিত্ৰ ইছলামৰ বাৰ্তাবাহক বা ৰাছুল হৈছে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম। এইখন হৈছে পৱিত্ৰ ইছলামৰ বাৰ্তাবাহক মুহাম্মদ(১) চাল্লাল্লাহু আলাইহি অছাল্লামৰ সংক্ষিপ্ত পৰিচিতি। ইয়াত মই উল্লেখ কৰিম তেখেতৰ নাম, বংশ পৰিচয়, তেখেতৰ মাতৃভূমি, তেখেতৰ বিবাহ সম্পৰ্কে, আৰু তেখেতৰ সেই ৰিছালত সম্পৰ্কে যিটোৰ পিনে তেওঁ মানুহক আহ্বান কৰিছিল, লগতে তেখেতৰ নবুওৱতৰ নিদৰ্শন সম্পৰ্কে আৰু চৰীয়ত সম্পৰ্কে, লগতে এইক্ষেত্ৰত হোৱা বিবাদৰ স্থিতি সম্পৰ্কে। (১) অনুবাদক কেন্দ্ৰ কৰি মই সদায় ৰাছুল মুহাম্মদ শব্দ দুটাক একেলগে ব্যৱহাৰ কৰিছোঁ, লক্ষ্য ৰাখিব। ১- তেখেতৰ নাম, বংশ পৰিচয় আৰু…

ভাষা: lang_as
প্ৰস্তুতকাৰী:
সংস্কৰণ: 1.2

These files are generated automatically from the book's text; their layout may differ from the printed edition.

0%
Font size