Skip to content

প্ৰশ্ন নং ১২- এই হাদীছটো সম্পূৰ্ণ কৰা আৰু ইয়াৰ কেইটামান গুৰুত্বপূৰ্ণ উপকাৰিতা উল্লেখ কৰা?

الباب / الفصل
قسم الحديث

السؤال

س12: أكمل حديث «ليس المؤمن بالطعان، ولا اللعان ...»، وبعض فوائده.

প্ৰশ্ন নং ১২- এই হাদীছটো সম্পূৰ্ণ কৰা আৰু ইয়াৰ কেইটামান গুৰুত্বপূৰ্ণ উপকাৰিতা উল্লেখ কৰা?

الجواب

ج:عن عبد الله بن مسعود رَضِيَ اللَّهُ عَنْهُ قال: قال رسول الله صلى الله عليه وسلم:

«ليس المؤمن بالطعان، ولا اللعان، ولا الفاحش، ولا البذيء»

رواه الترمذي.

من فوائد الحديث:

  • النهي عن كل كلام باطل وقبيح.
  • أن ذلك صفة المؤمن في لسانه.

উত্তৰ- আব্দুল্লাহ ইবনে মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

মুমিন কেতিয়াও পৰনিন্দাকাৰী, অভিশাপকাৰী নহয়, লগতে অভদ্ৰ ভাষা প্ৰয়োগকাৰী আৰু অসংযতও নহয়।

ইয়াক তিৰমিজীয়ে বৰ্ণনা কৰিছে

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহঃ

১- প্ৰতিটো বেয়া ভাষা আৰু অসংযত কথাৰ পৰা নিষেধ কৰা হৈছে।

২- এইটো হৈছে মুমিনৰ ভাষাগত বৈশিষ্ট্য।