Skip to content

প্ৰশ্ন নং ৭- এই হাদীছটো সম্পূৰ্ণ কৰা আৰু ইয়াৰ কেইটামান গুৰুত্বপূৰ্ণ উপকাৰিতা উল্লেখ কৰা?

الباب / الفصل
قسم الحديث

السؤال

س7: أكمل حديث: «لا يؤمن أحدكم حتى يحب لأخيه ...»، واذكر بعض فوائده.

প্ৰশ্ন নং ৭- এই হাদীছটো সম্পূৰ্ণ কৰা আৰু ইয়াৰ কেইটামান গুৰুত্বপূৰ্ণ উপকাৰিতা উল্লেখ কৰা?

الجواب

ج:عن أنس رَضِيَ اللَّهُ عَنْهُ، قال رسول الله صلى الله عليه وسلم:

«لا يؤمن أحدكم؛ حتى يحب لأخيه ما يحب لنفسه»

رواه البخاري ومسلم.

من فوائد الحديث:

  • على المؤمن أن يحب للمؤمنين من الخير كما يحب لنفسه.
  • وذلك من كمال الإيمان.

উত্তৰ- আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

তোমালোকৰ মাজৰ কোনেও তেতিয়ালৈকে প্ৰকৃত মুমিন হ'ব নোৱাৰিব, যেতিয়ালৈকে সি নিজৰ বাবে যিটো পছন্দ কৰে সেইটো তাৰ ভাতৃৰ বাবে পছন্দ নকৰিব।

ইয়াক বুখাৰী আৰু মুছলিমে বৰ্ণনা কৰিছে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহঃ

১- মুমিনৰ উচিত, তেওঁ নিজৰ বাবে যিটো কল্যাণ পছন্দ কৰে সেইটো যেন তেওঁ মুমিন ভাতৃৰ বাবেও পছন্দ কৰে।

২- এইটো হৈছে পৰিপূৰ্ণ ঈমানৰ প্ৰতীক।