Skip to content

প্ৰশ্ন নং ১৬- কোৰআনৰ পৰিচয় কি?

الباب / الفصل
قسم العقيدة

السؤال

প্ৰশ্ন নং ১৬- কোৰআনৰ পৰিচয় কি?

س16: ما هو تعريف القرآن؟

الجواب

উত্তৰ- কোৰআন হৈছে আল্লাহৰ বাণী, কোৰআন আল্লাহৰ সৃষ্টি নহয়।

আল্লাহে কৈছেঃ

আৰু মুশ্বৰিকসকলৰ কোনোবাই যদি তোমাৰ ওচৰত আশ্ৰয় বিচাৰে, তেন্তে তুমি তাক আশ্ৰয় দিয়া, যাতে সি আল্লাহৰ বাণী শুনিব পাৰে।

(ছুৰা আত-তাওবাহঃ ৬)

ج:هو كلام الله تَعَالَى، ليس بمخلوق.

قال تَعَالَى:

﴿وَإِنْ أَحَدٌ مِنَ الْمُشْرِكِينَ اسْتَجَارَكَ فَأَجِرْهُ حَتَّى يَسْمَعَ كَلَامَ اللَّهِ﴾

[التوبة: 6].

وروي في الحديث:

«وفضل كلام الله على سائر الكلام كفضل الله على خلقه»

رواه الترمذي.