Skip to content

বজ্ৰগৰ্জন শুনিলে কি দুআ ক'ব লাগে?

الباب / الفصل
قسم الأدعية والأذكار

السؤال

س٤٠: ما دعاء سماع الرعد؟

প্ৰশ্ন নং ৪০- বজ্ৰগৰ্জন শুনিলে কি দুআ ক'ব লাগে?

الجواب

ج:«سبحان الذي يسبح الرعد بحمده والملائكة من خيفته»

موطأ مالك.

উত্তৰ- ছুবহা-নাল লাজী য়ুছাব্বিহুৰ ৰা'দু বিহামদিহি অল মালা-য়িকাতু মিন খীফাতিহ।

মুআত্তা মালিক