Skip to content

বতাহ চলিলে কি দুআ পঢ়িব লাগে?

الباب / الفصل
قسم الأدعية والأذكار

السؤال

س٣٩: ما دعاء الريح؟

প্ৰশ্ন নং ৩৯- বতাহ চলিলে কি দুআ পঢ়িব লাগে?

الجواب

ج:«اللهم إني أسألك خيرها وأعوذ بك من شرها»

أبو داود وابن ماجه.

উত্তৰ- আল্লা-হুম্মা ইন্নি আছআলুকা খাইৰাহা, ৱা আউজুবিকা মিন শ্বাৰ্ৰিহা। (হে আল্লাহ! মই তোমাৰ ওচৰত ইয়াৰ কল্যাণ কামনা কৰোঁ আৰু ইয়াৰ অনিষ্টৰ পৰা তোমাৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ)

আবু দাঊদ আৰু ইবনে মাজাহ।