Skip to content

প্ৰশ্ন নং ৩৪- আনন্দদায়ক কিবা অৰ্জন হ'লে কি ক'ব লাগে?

الباب / الفصل
قسم الأدعية والأذكار

السؤال

س٣٤: ما تقول إذا حصل لك ما يسرك؟

প্ৰশ্ন নং ৩৪- আনন্দদায়ক কিবা অৰ্জন হ'লে কি ক'ব লাগে?

الجواب

ج:«الحمد لله الذي بنعمته تتم الصالحات»

رواه الحاكم وغيره.

উত্তৰ- আলহাম্দুলিল্লাহিল লাজী বিনি'মাতিহি তাতিম্মুচ চ-লিহাত। (সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে যাৰ অনুগ্ৰহৰে সকলো নেক আমল সম্পূৰ্ণ হয়)

(হাকিমে বৰ্ণনা কৰিছে)