Skip to content

প্ৰশ্ন নং ২৯- মুছাফিৰৰ বাবে মুক্বীমৰ দুআ কি?

الباب / الفصل
قسم الأدعية والأذكار

السؤال

س٢٩: ما هو دعاء المقيم للمسافر؟

প্ৰশ্ন নং ২৯- মুছাফিৰৰ বাবে মুক্বীমৰ দুআ কি?

الجواب

ج:«أستودع الله دينك، وأمانتك، وخواتيم عملك»

رواه أحمد والترمذي.

উত্তৰ- আছতাওদিউল্লা-হা দ্বীনাকা, ৱাআমানাতাকা, অখাৱাতীমা আমালিক।

আহমদ আৰু তিৰমিজীয়ে বৰ্ণনা কৰিছে।