Skip to content

ক্ৰোধৰ সময়ত কোনটো দুআ পঢ়িব লাগে?

الباب / الفصل
قسم الأدعية والأذكار

السؤال

س٣١: ما الدعاء عند الغضب؟

প্ৰশ্ন নং ৩১- ক্ৰোধৰ সময়ত কোনটো দুআ পঢ়িব লাগে?

الجواب

ج:«أعوذ بالله من الشيطان الرجيم»

متفق عليه.

উত্তৰ- আউজু বিল্লা-হি মিনাশ্ব শ্বাইত্বনিৰ ৰাজীম। অৰ্থঃ মই অভিশপ্ত চয়তানৰ পৰা আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ।

মুত্তাফাক্ব আলাইহ