Skip to content

প্ৰশ্ন নং ৩০- বজাৰত প্ৰৱেশ কৰাৰ সময়ত পঢ়িবলগীয়া দুআটো কি?

الباب / الفصل
قسم الأدعية والأذكار

السؤال

س٣٠: ما هو دعاء دخول السوق؟

প্ৰশ্ন নং ৩০- বজাৰত প্ৰৱেশ কৰাৰ সময়ত পঢ়িবলগীয়া দুআটো কি?

الجواب

ج:«لا إله إلا الله وحده لا شريك له، له الملك، وله الحمد، يحيي ويميت، وهو حي لا يموت، بيده الخير، وهو على كل شيء قدير»

رواه الترمذي وابن ماجه.

উত্তৰ- লা ইলা-হা ইল্লাল্লা-হু অহদাহু লা শ্বাৰীকা লাহু, লাহুল মুল্কু, অলাহুল হাম্দু, ইউহয়ী অয়ুমীতু, অহুৱা হাইয়্যুন লা য়ামূতু, বিয়াদিহিল খাইৰু, অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ।

তিৰমিজী আৰু ইবনে মাজাহে বৰ্ণনা কৰিছে।