Skip to content

প্ৰশ্ন নং ২৫- কোনো বৈঠকৰ শেষত পঢ়িবলগীয়া দুআটোনো কি, যাক কাফফাৰাতুল মাজলিছ বোলে?

الباب / الفصل
قسم الأدعية والأذكار

السؤال

س٢٥: ما تقول عند القيام والفراغ من المجلس "دعاء كفارة المجلس"؟

প্ৰশ্ন নং ২৫- কোনো বৈঠকৰ শেষত পঢ়িবলগীয়া দুআটোনো কি, যাক কাফফাৰাতুল মাজলিছ বোলে?

الجواب

ج:«سبحانك اللهم وبحمدك، أشهد أن لا إله إلا أنت، أستغفرك وأتوب إليك»

رواه أبو داود والترمذي وغيرهما.

উত্তৰ- ছুবাহানাকা আল্লাহুম্মা অবিহামদিকা, আশ্বহাদু আল লা ইলা-হা ইল্লা আনতা, আছতাগফিৰুকা ওৱা আতুবু ইলাইক।

আবু দাউদ আৰু তিৰমিজীয়ে বৰ্ণনা কৰিছে।