Skip to content

প্ৰশ্ন নং ৭- নতুন কাপোৰ পিন্ধাৰ দুআ কি?

الباب / الفصل
قسم الأدعية والأذكار

السؤال

س٧: ما دعاء لبس الثوب الجديد؟

প্ৰশ্ন নং ৭- নতুন কাপোৰ পিন্ধাৰ দুআ কি?

الجواب

ج:«اللهم لك الحمد أنت كسوتنيه، أسألك خيره وخير ما صنع له، وأعوذ بك من شره وشر ما صنع له»

رواه أبو داود والترمذي.

আল্লা-হুম্মা লাকাল হামদু আনতা কাছাওতানীহি, আছআলুকা খাইৰাহু অখাইৰা মা চুনিআ লাহ, ওৱা আউজুবিকা মিন শ্বাৰ্ৰিহী অশ্বাৰ্ৰি মা চুনিআ লাহ। (হে আল্লাহ! প্ৰশংসা একমাত্ৰ তোমাৰ বাবেই, তুমিয়েই মোক পৰিধান কৰোৱাইছা, মই তোমাৰ পৰা ইয়াৰ কল্যাণ কামনা কৰোঁ আৰু সেই কল্যাণ কামনা কৰোঁ যিটোৰ বাবে ইয়াক তৈয়াৰ কৰা হৈছে। লগতে ইয়াৰ অনিষ্টতাৰ পৰা আৰু যি উদ্দেশ্যে ইয়াক তৈয়াৰ কৰা হৈছে তাৰ অনিষ্টৰ পৰা মই তোমাৰ আশ্ৰয় বিচাৰোঁ।

ইয়াক আবু দাউদ আৰু তিৰমিজীয়ে বৰ্ণনা কৰিছে।