Skip to content

প্ৰশ্ন নং ৮- নতুন কাপোৰ পৰিধানকাৰীক কি দুআ দিব লাগে?

الباب / الفصل
قسم الأدعية والأذكار

السؤال

س٨: ما هو الدعاء لمن لبس ثوبًا جديدًا؟

প্ৰশ্ন নং ৮- নতুন কাপোৰ পৰিধানকাৰীক কি দুআ দিব লাগে?

الجواب

ج:إذا رأيت ثوبًا جديدًا على غيرك تدعو له، وتقول:

«تُبْلِي ويُخلف الله تعالى»

رواه أبو داود.

উত্তৰ- যদি তুমি কাৰোবাক নতুন কাপোৰ পৰিহিত অৱস্থাত দেখা তেন্তে তাক এই দুআ পাঠ কৰি দুআ দিব লাগেঃ

তুবলি ৱা ইউখলিফুল্লা-হু তাআলা। (তুমি ইয়াক পূৰণি কৰা, ইয়াৰ ঠাইত আল্লাহে তোমাক আৰু অধিক দিয়ক।)

ইয়াক আবু দাউদে বৰ্ণনা কৰিছে