Skip to content

শৌচালয়ত প্ৰৱেশ কৰাৰ সময়ত কোনটো দুআ পঢ়িব লাগে?

الباب / الفصل
قسم الأدعية والأذكار

السؤال

س٩: ما دعاء دخول الخلاء، وهو مكان قضاء الحاجة؟

প্ৰশ্ন নং ৯- শৌচালয়ত প্ৰৱেশ কৰাৰ সময়ত কোনটো দুআ পঢ়িব লাগে?

الجواب

ج:«اللهم إني أعوذ بك من الخبث والخبائث»

متفق عليه.

উত্তৰ- আল্লা-হুম্মা ইন্নি আউজুবিকা মিনাল খুবছি অল খাবা-ইছ। (হে আল্লাহ! মই দুষ্ট পুৰুষ জিনৰ পৰা আৰু দুশ্চৰিত্ৰা নাৰী জিনৰ (অনিষ্টৰ) পৰা তোমাৰ আশ্ৰয় বিচাৰোঁ।

মুত্তাফাক্ব আলাইহ