Skip to content

চুগলি কৰা বা খলুৱাগিৰি কৰা কাক বোলে?

الباب / الفصل
قسم الأخلاق

السؤال

س٢٣: ما هي النميمة؟

প্ৰশ্ন নং ২৩- চুগলি কৰা বা খলুৱাগিৰি কৰা কাক বোলে?

الجواب

ج:هي نقل الأحاديث بين الناس للإفساد بينهم.

  • قال رسول الله ﷺ:

«لا يَدخُلُ الجَنَّةَ نَمَّامٌ»

رواه مسلم.

উত্তৰ- মানুহৰ মাজত জগৰ লগাবলৈ অ'ৰ কথা ত'ত লগাই ফুৰাক চুগলি কৰা বা খলুৱাগিৰি কৰা বোলে।

আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

অ'ৰ কথা ত'ত লগাই ফুৰা ব্যক্তি জান্নাতত প্ৰৱেশ নকৰিব।

ইয়াক মুছলিমে বৰ্ণনা কৰিছে।