Skip to content

প্ৰশ্ন নং ৫- এই হাদীছটো সম্পূৰ্ণ কৰা আৰু ইয়াৰ কেইটামান গুৰুত্বপূৰ্ণ উপকাৰিতা উল্লেখ কৰা?

الباب / الفصل
قسم الحديث

السؤال

س5: أكمل حديث: «من حلف بغير الله ...»، واذكر بعض فوائده.

প্ৰশ্ন নং ৫- এই হাদীছটো সম্পূৰ্ণ কৰা আৰু ইয়াৰ কেইটামান গুৰুত্বপূৰ্ণ উপকাৰিতা উল্লেখ কৰা?

الجواب

ج:عن ابن عمر رَضِيَ اللَّهُ عَنْهُما أن النبي ﷺ قال:

«من حلف بغير الله؛ فقد كفر أو أشرك».

رواه الترمذي.

فوائد من الحديث:

  • لا يجوز الحلف إلا بالله تَعَالَى.
  • الحلف بغير الله تَعَالَى من الشرك الأصغر.

উত্তৰ- ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

যি ব্যক্তিয়ে আল্লাহৰ বাহিৰে আনৰ নামত শপত কৰিছে, সি দৰাচলতে কুফৰী কৰিছে অথবা শ্বিৰ্ক কৰিছে।

ইয়াক তিৰমিজীয়ে বৰ্ণনা কৰিছে

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহঃ

১-আল্লাহৰ বাহিৰে আনৰ শপত খোৱা বৈধ নহয়।

২-আল্লাহৰ বাহিৰে আনৰ শপত খোৱাটো হৈছে শ্বিৰ্কে আচগৰ বা সৰু শ্বিৰ্ক।