Skip to content

প্ৰশ্ন নং ২৭- কোৰআনৰ কোনটো আয়াত শেষত অৱতীৰ্ণ হৈছিল?

الباب / الفصل
قسم السيرة النبوية

السؤال

س27: ما آخر ما نزل من القرآن؟

প্ৰশ্ন নং ২৭- কোৰআনৰ কোনটো আয়াত শেষত অৱতীৰ্ণ হৈছিল?

الجواب

ج:قوله تَعَالَى:

﴿وَٱتَّقُواْ يَوۡمٗا تُرۡجَعُونَ فِيهِ إِلَى ٱللَّهِۖ ثُمَّ تُوَفَّىٰ كُلُّ نَفۡسٖ مَّا كَسَبَتۡ وَهُمۡ لَا يُظۡلَمُونَ﴾

[البقرة: 281].

আল্লাহৰ এই বাণীঃ

আৰু তোমালোকে সেই দিৱসৰ তাক্বৱা অৱলম্বন কৰা, যিদিনা তোমালোকক আল্লাহৰ পিনে ওভতাই লোৱা হ'ব। তাৰ পিছত প্ৰত্যেক ব্যক্তিয়ে যি উপাৰ্জন কৰিছে, সেয়া সিহঁতক পৰিপূৰ্ণৰূপে প্ৰদান কৰা হ’ব আৰু সিহঁতক অন্যায় কৰা নহ’ব।

(ছুৰা আল-বাক্বাৰাহঃ ২৪)