Skip to content

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়া মৃত্যুবৰণ কৰিছিল? আৰু সেই সময়ত তেখেতৰ বয়স কিমান আছিল?

الباب / الفصل
قسم السيرة النبوية

السؤال

س28: متى توفي النبي صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ؟ وكم كان عمره؟

প্ৰশ্ন নং ২৮- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়া মৃত্যুবৰণ কৰিছিল? আৰু সেই সময়ত তেখেতৰ বয়স কিমান আছিল?

الجواب

ج:توفي في شهر ربيع الأول، من السنة الحادية عشرة من الهجرة، وله من العمر ثلاث وستون سنة.

উত্তৰ- ১১ হিজৰীৰ ৰবীউল আওৱাল মাহত তেখেতৰ মৃত্যু হৈছিল। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬৩ বছৰ।