Skip to content

মক্কাৰ বাহিৰত থকা লোকসকলক তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কেনেকৈ আহ্বান কৰিছিল?

الباب / الفصل
قسم السيرة النبوية

السؤال

س21: كيف كان النبي صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يدعو الناس خارج مكة؟

প্ৰশ্ন নং ২১- মক্কাৰ বাহিৰত থকা লোকসকলক তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কেনেকৈ আহ্বান কৰিছিল?

الجواب

ج:كان يدعو أهل الطائف، ويعرض نفسه في المواسم ومجامع الناس، حتى جاء أهل المدينة من الأنصار، فآمنوا بالنبي صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، وبايعوه على نصرته.

উত্তৰ- তেখেতে নিজেই তায়েফৰ অধিবাসীসকলক ইছলামৰ পিনে আহ্বান কৰিছিল, লগতে বিভিন্ন বতৰত যেতিয়া মানুহ একত্ৰিত হৈছিল তেতিয়া তেখেতে নিজেই গৈ মানুহক আহ্বান কৰিছিল। অৱশেষত মদীনাৰ পৰা আনচাৰসকলৰ এটা দল আহিছিল আৰু তেওঁলোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত ঈমান আনিছিল, লগতে তেখেতক সহায় কৰিবলৈ প্ৰতীজ্ঞাবদ্ধ হৈছিল।