Skip to content

প্ৰকাশ্যভাৱে ইছলামৰ পিনে আহ্বান কৰাৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেখেতৰ প্ৰতি ঈমান পোষণ কৰা লোকসকলৰ অৱস্থা কি হৈছিল?

الباب / الفصل
قسم السيرة النبوية

السؤال

س18: ما كان حال النبي صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ ومن آمن به بعد الجهر بالدعوة؟

প্ৰশ্ন নং ১৮- প্ৰকাশ্যভাৱে ইছলামৰ পিনে আহ্বান কৰাৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেখেতৰ প্ৰতি ঈমান পোষণ কৰা লোকসকলৰ অৱস্থা কি হৈছিল?

الجواب

ج:بالغ المشركون في أذيته وأذية المسلمين، حتى أذن للمؤمنين بالهجرة إلى النجاشي في الحبشة.

وأجمع أهل الشرك على أذية وقتل النبي صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، فحماه الله وأحاطه بعمه أبو طالب ليحميه منهم.

উত্তৰ- মুশ্বৰিকসকলে তেখেতক আৰু মুছলিমসকলক নিৰ্যাতন কৰা আৰম্ভ কৰিছিল, অৱশেষত তেখেতে মুমিনসকলক হাবশ্বাহ (আবিচিনিয়া)লৈ হিজৰত কৰাৰ অনুমতি প্ৰদান কৰিছিল।

মুশ্বৰিকসকলে নিৰ্যাতন কৰিবলৈ আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামক হত্যা কৰিবলৈ একত্ৰিত হৈছিল। কিন্তু আল্লাহে তেখেতক ৰক্ষা কৰিছিল আৰু তেখেতৰ খুৰা আবু তালিবৰ জৰিয়তে তেখেতক সিহঁতৰ পৰা সুৰক্ষা প্ৰদান কৰিছিল।