Skip to content

প্ৰশ্ন নং ৩১- জুমুআৰ চালাত এৰি দিয়া জায়েজ আছেনে?

الباب / الفصل
قسم الفقه

السؤال

س32: هل يجوز التخلف عن صلاة الجمعة؟

প্ৰশ্ন নং ৩১- জুমুআৰ চালাত এৰি দিয়া জায়েজ আছেনে?

الجواب

ج:لا يجوز التخلف عن صلاة الجمعة إلا من عذر شرعي، وجاء عن النبي ﷺ، قوله:

«من ترك ثلاث جمع تهاونًا بها؛ طبع الله على قلبه»

رواه أبو داود وغيره.

উত্তৰ- শ্বাৰয়ী কাৰণ নোহোৱাকৈ জুমুআৰ চালাত এৰি দিয়া বৈধ নহয়। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

যিয়ে অৱহেলা কৰি তিনিটা জুমুআহ পৰিত্যাগ কৰে, আল্লাহে তাৰ অন্তৰত মোহৰ মাৰি দিয়ে।

ইয়াক আবু দাউদে বৰ্ণনা কৰিছে।