Skip to content

প্ৰশ্ন নং ৩৪- চালাতত খুশ্বু কাক বোলে?

الباب / الفصل
قسم الفقه

السؤال

س35: ما هو الخشوع في الصلاة؟

প্ৰশ্ন নং ৩৪- চালাতত খুশ্বু কাক বোলে?

الجواب

ج:هو حضور القلب وسكون الجوارح فيها.

قال تَعَالَى:

﴿قَدۡ أَفۡلَحَ ٱلۡمُؤۡمِنُونَ 1

ٱلَّذِينَ هُمۡ فِي صَلَاتِهِمۡ خَٰشِعُونَ 2﴾

[المؤمنون: 1-2].

উত্তৰ- মনোযোগ সহকাৰে ধীৰ স্থিৰে আদায় কৰাক খুশ্বু বোলে।

আল্লাহে কৈছেঃ

নিশ্চয় মুমিনসকল সফলকাম হৈছে।

যিসকলে নিজৰ ছালাতত ভীতি-অৱনত।

(ছুৰা আল-মুমিনূনঃ ১-২)