Skip to content

প্ৰশ্ন নং ২৬- উম্মাহাতুল মুমিনীন কাক কোৱা হয়?

التصنيف الشرعي
العقيدةالصحابة وفضلهم
الباب / الفصل
قسم العقيدة

السؤال

প্ৰশ্ন নং ২৬- উম্মাহাতুল মুমিনীন কাক কোৱা হয়?

س26: من هن أمهات المؤمنين؟

الجواب

উত্তৰ- নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰীসকলক উম্মাহাতুল মুমিনীন বুলি কোৱা হয়।

আল্লাহে কৈছেঃ

মুমিনসকলৰ ওচৰত নবী হৈছে তেওঁলোকৰ নিজতকৈও অধিক ঘনিষ্ঠ, আৰু তেওঁৰ স্ত্ৰীসকল হৈছে তেওঁলোকৰ মাতৃ।

(ছুৰা আল-আহঝাবঃ ২১)

ج:هن زوجات النبي صلى الله عليه وسلم.

  • قال تَعَالَى:

﴿ٱلنَّبِيُّ أَوۡلَى بِٱلۡمُؤۡمِنِينَ مِنۡ أَنفُسِهِمۡۖ وَأَزۡوَجُهُۥٓ أُمَّهَتُهُمۡۗ﴾

[الأحزاب: ٦].