Skip to content

প্ৰশ্ন নং ২- তোমাৰ দ্বীন বা ধৰ্ম কি?

الباب / الفصل
قسم العقيدة

السؤال

প্ৰশ্ন নং ২- তোমাৰ দ্বীন বা ধৰ্ম কি?

س2: ما دينك؟

الجواب

উত্তৰ- মোৰ দ্বীন বা ধৰ্ম হৈছে ইছলাম। ইছলামৰ অৰ্থ হৈছে, আল্লাহক একক বুলি মানি তেওঁৰ ওচৰত আত্মসমৰ্পন কৰা, বিনয়ী হৈ তেওঁৰ আনুগত্য কৰা, মুশ্বৰিক আৰু শ্বিৰ্কৰ পৰা বিৰত থকা।

আল্লাহে কৈছেঃ

নিশ্চয় ইছলামেই হৈছে আল্লাহৰ ওচৰত একমাত্ৰ (পছন্দনীয়) দ্বীন।

(ছুৰা আলে-ইমৰাণঃ ১৯)

ج:ديني الإسلام، وهو: الاستسلام لله بالتوحيد، والانقياد له بالطاعة، والبراءة من الشرك وأهله.

قال تَعَالَى:

﴿إِنَّ ٱلدِّينَ عِندَ ٱللَّهِ ٱلۡإِسۡلَٰمُۗ﴾

[آل عمران: 19].