Skip to content

প্ৰশ্ন নং ৩- ক্ৰয়-বিক্ৰয় আৰু লেনদেনৰ বিধান কি?

الباب / الفصل
قسم المنوعات

السؤال

س4: ما حكم البيع والمعاملات؟

প্ৰশ্ন নং ৩- ক্ৰয়-বিক্ৰয় আৰু লেনদেনৰ বিধান কি?

الجواب

ج:الأصل في كل البيوع والمعاملات أنها حلال إلا بعض الأنواع مما حرم الله تَعَالَى.

قال تَعَالَى:

﴿وَأَحَلَّ ٱللَّهُ ٱلۡبَيۡعَ وَحَرَّمَ ٱلرِّبَوٰاْۚ﴾

[البقرة: ٢٧٥].

উত্তৰ- সকলো প্ৰকাৰ ক্ৰয়-বিক্ৰয় আৰু লেনদেনৰ মূল হৈছে হালাল। কিন্তু ইয়াৰে কেইটামান প্ৰকাৰক আল্লাহে হাৰাম কৰিছে।

আল্লাহে কৈছেঃ

আল্লাহে ব্যৱসায়-বাণিজ্যক হালাল কৰিছে আৰু সুতক হাৰাম কৰিছে।

(ছুৰা আল-বাক্বাৰাহঃ ২৪)