Skip to content

প্ৰশ্ন নং ১৭- আজানৰ উত্তৰ কেনেকৈ দিব লাগে?

الباب / الفصل
قسم الأدعية والأذكار

السؤال

س١٧: ما تقول عند سماع الأذان؟

প্ৰশ্ন নং ১৭- আজানৰ উত্তৰ কেনেকৈ দিব লাগে?

الجواب

ج:أقول مثل ما يقول المؤذن إلا في: «حي على الصلاة» و«حي على الفلاح» فأقول: «لا حول ولا قوة إلا بالله»

متفق عليه.

উত্তৰ- মুআজ্জিনে যিবোৰ বাক্য কয়, সেইবোৰ বাক্যই ক'ব লাগে। কেৱল "হাই আলাচ্ছলাহ" আৰু "হাই আলাল ফালাহ"ৰ বিপৰীতে "লা হাওলা অলা কুওৱাতা ইল্লা বিল্লাহ" ক'ব লাগে।

মুত্তাফাক্ব আলাইহ