Skip to content

প্ৰশ্ন নং ৪- টোপনিৰ পৰা উঠি কি দুআ পঢ়িব লাগে?

الباب / الفصل
قسم الأدعية والأذكار

السؤال

س٤: ماذا تقول عند الاستيقاظ من النوم؟

প্ৰশ্ন নং ৪- টোপনিৰ পৰা উঠি কি দুআ পঢ়িব লাগে?

الجواب

ج:«الحمد لله الذي أحيانا بعد ما أماتنا، وإليه النشور»

متفق عليه.

উত্তৰ- আলহাম্দুলিল্লা-হিল লাজী আহয়া-না বা'দামা আমা-তানা ৱা ইলাইহিন নুশ্বূৰ। (সকলো ধৰণৰ প্ৰশংসা আল্লাহৰ বাবে, যিয়ে আমাক মৃত্যুৰ পিছত জীৱিত কৰিলে, আৰু তেওঁৰ ওচৰতেই পুনৰ্জীৱিত হৈ যাব লাগিব।)

মুত্তাফাক্ব আলাইহ