Skip to content

প্ৰশ্ন নং ১৮- চালাত পৰিত্যাগ কৰাৰ বিধান কি?

الموضوعات
الصلاةترك الصلاة
الباب / الفصل
قسم الفقه

السؤال

س١9: ما حكم ترك الصلاة؟

প্ৰশ্ন নং ১৮- চালাত পৰিত্যাগ কৰাৰ বিধান কি?

الجواب

ج:ترك الصلاة كفر،

قال النبي عَلَيْهِ الصَّلَاةُ وَالسَّلَامُ:

«العهد الذي بيننا وبينهم الصلاة، فمن تركها فقد كفر»

رواه أحمد والترمذي وغيرهما.

মুছলিম আৰু অমুছলিমৰ মাজত (মুক্তিৰ) যি প্ৰতিশ্ৰুতি আছে, সেয়া হৈছে চালাত। এতেকে যিয়ে ইয়াক পৰিত্যাগ কৰে, সি কুফৰী কৰে।

উত্তৰ- চালাত পৰিত্যাগ কৰাটো হৈছে কুফৰ। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

এই হাদীছটোক আহমদ আৰু তিৰমিজীয়ে বৰ্ণনা কৰিছে।