Skip to content

প্ৰশ্ন নং ৩৫- কোনসকল লোক আল্লাহৰ অলী?

الباب / الفصل
قسم العقيدة

السؤال

س35- من هم أولياء الله تَعَالَى؟

প্ৰশ্ন নং ৩৫- কোনসকল লোক আল্লাহৰ অলী?

الجواب

ج:هم المؤمنون المتقون المتبعون لسنة النبي صلى الله عليه وسلم.

قال تَعَالَى:

﴿أَلَا إِنَّ أَوْلِيَاءَ اللَّهِ لَا خَوْفٌ عَلَيْهِمْ وَلَا هُمْ يَحْزَنُونَ 62 الَّذِينَ آمَنُوا وَكَانُوا يَتَّقُونَ 63﴾

[يونس: 62-63].

উত্তৰ- মুমিন মুত্তাক্বী লোকসকল হৈছে আল্লাহৰ অলী।

আল্লাহে কৈছেঃ

জানি থোৱা! আল্লাহৰ অলীসকলৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ'ব। তেওঁলোকে ঈমান আনিছে আৰু তেওঁলোকে তাক্বৱা অৱলম্বন কৰিছিল।

(ছুৰা ইউনুছঃ ৬২,৬৩)