Skip to content

প্ৰশ্ন নং ৩৭- ঈমান বৃদ্ধি আৰু হ্ৰাস হয়নে?

الموضوعات
الإيمان
التصنيف الشرعي
العقيدةالإيمان
الباب / الفصل
قسم العقيدة

السؤال

س37: هل الإيمان يزيد وينقص؟

প্ৰশ্ন নং ৩৭- ঈমান বৃদ্ধি আৰু হ্ৰাস হয়নে?

الجواب

ج:الإيمان يزيد بالطاعة وينقص بالمعصية.

  • قال تَعَالَى:

﴿إِنَّمَا ٱلۡمُؤۡمِنُونَ ٱلَّذِينَ إِذَا ذُكِرَ ٱللَّهُ وَجِلَتۡ قُلُوبُهُمۡ وَإِذَا تُلِيَتۡ عَلَيۡهِمۡ ءَايَٰتُهُۥ زَادَتۡهُمۡ إِيمَٰنٗا وَعَلَىٰ رَبِّهِمۡ يَتَوَكَّلُونَ﴾

[الأنفال: 2].

উত্তৰ- হয়, আনুগত্যৰ দ্বাৰা ঈমান বৃদ্ধি হয় আৰু গুনাহৰ ফলত হ্ৰাস হয়।

আল্লাহে কৈছেঃ

প্ৰকৃত মুমিন হৈছে সেইসকল লোক, যিসকলৰ হৃদয় আল্লাহক স্মৰণ কৰা হ’লে কম্পিত হয় আৰু তেওঁৰ আয়াতসমূহ সিহঁতৰ ওচৰত তিলাৱত কৰা হ’লে সেয়া সিহঁতৰ ঈমান বৃদ্ধি কৰে, আৰু সিহঁতে কেৱল নিজ প্ৰতিপালকৰ ওপৰতেই ভৰসা কৰে।

(ছুৰা আল-আনফালঃ ২)