ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আছিল সকলোতকৈ উত্তম চৰিত্ৰৰ অধিকাৰী।
আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আছিল সকলোতকৈ উত্তম চৰিত্ৰৰ অধিকাৰী।
كَانَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ أَحْسَنَ النَّاسِ خُلُقًا.
নবী চাল্লাল্লাহু আলাইহি অছাল্লাম পূৰ্ণাংগ উত্তম চৰিত্ৰৰ অধিকাৰী আছিল। তেখেত সকলো প্ৰকাৰ উৎকৃষ্ট গুণ আৰু সৌন্দৰ্য্যতাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰপ্ৰাপ্ত আছিল। যেনে- উত্তম কথা কোৱাৰ ক্ষেত্ৰত, সৎকৰ্ম কৰাৰ ক্ষেত্ৰত, হাঁহিমুখে সাক্ষাৎ কৰাৰ ক্ষেত্ৰত, মানুহক কষ্ট নিদিয়াৰ ক্ষেত্ৰত, আৰু মানুহে দিয়া কষ্টত ধৈৰ্য্য ধাৰণৰ ক্ষেত্ৰত।
নবী চাল্লাল্লাহু আলাইহি অছাল্লাম পূৰ্ণাংগৰূপে উৎকৃষ্ট চৰিত্ৰৰ অধিকাৰী আছিল।
উত্তম চৰিত্ৰৰ ক্ষেত্ৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আছিল পূৰ্ণাংগ আদৰ্শৱান ব্যক্তি।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ উত্তম চৰিত্ৰৰ পৰা আদৰ্শ গ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হৈছে।
ছহীহ বুখাৰী (8/ 45) (6203).
ছহীহ মুছলিম (4/ 1805) (2310).
অধিক (8)
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (1/ 670).
نزهة المتقين شرح رياض الصالحين.
لمصطفى الخِن وغيره (1/ 524).
كنوز رياض الصالحين.
لمجموعة من الباحثين (9/ 57).
شرح رياض الصالحين.
لابن عثيمين (3/ 556).