মছজিদে হাৰামৰ বাহিৰে অন্যান্য মছজিদৰ তুলনাত মোৰ এই মছজিদত নামাজ পঢ়াটো এহেজাৰ গুণ উত্তম।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
মছজিদে হাৰামৰ বাহিৰে অন্যান্য মছজিদৰ তুলনাত মোৰ এই মছজিদত নামাজ পঢ়াটো এহেজাৰ গুণ উত্তম।
«صَلَاةٌ فِي مَسْجِدِي هَذَا خَيْرٌ مِنْ أَلْفِ صَلَاةٍ فِيمَا سِوَاهُ إِلَّا الْمَسْجِدَ الْحَرَامَ».
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, মছজিদে নবৱীত এক ওৱাক্ত নামাজ পঢ়াটো অন্যান্য মছজিদত এহেজাৰ নামাজ পঢ়াতকৈও উত্তম, কেৱল মক্কাত অৱস্থিত মছজিদে হাৰামৰ বাহিৰে। কাৰণ মছজিদে নবৱীতকৈ তাত নামাজ পঢ়া অধিক উত্তম।
...:
মছজিদে হাৰাম আৰু মছজিদে নবৱীত অধিক গুণ বৃদ্ধিকৈ ছোৱাব প্ৰদান কৰা হয়।
অন্যান্য মছজিদৰ তুলনাত মছজিদে হাৰামৰ নামাজৰ ছোৱাব এক লাখ নামাজতকৈ উত্তম।
ছহীহ বুখাৰী (2/ 60) (1190).
ছহীহ মুছলিম (2/ 1012) (1394).
অধিক (2)
فتح الباري (3/67).
البحر المحيط الثجاج في شرح صحيح الإمام مسلم بن الحجاج (24/ 684).
গ্ৰন্থসমূহত উল্লেখিত
4 গ্ৰন্থসমূহঅধিক (3)
- التحقيق والإيضاح لكثير من مسائل الحج والعمرة والزيارة على ضوء الكتاب والسنةالتحقيق والإيضاح لكثير من مسائل الحج والعمرة والزيارة - النسخة المعتمدة«صَلَاةٌ فِي مَسْجِدِي هَذَا خَيْرٌ مِنْ أَلْفِ صَلَاةٍ فِيمَا سِوَاهُ إِلَّا المَسْجِدَ الحَرَامَ» [109].
- المنتقى من المتجر الرابح في ثواب العمل الصالح - المعتمدالمنتقى من المتجر الرابح في ثواب العمل الصالح“صلاة في مسجدي هذا خير من ألف صلاة فيما سواه إلا المسجد الحرام”.
- نصوص مختارة للرمضانصَلَاةٌ فِي مَسْجِدِي هَذَا خَيْرٌ مِنْ أَلْفِ صَلَاةٍ فِيمَا سِوَاهُ إِلَّا الْمَسْجِدَ الْحَرَامَ