Skip to content

بلال بن رباح الحبشي

الإسم

বিলাল ইবনে ৰাবাহ আল-হাবশ্বী

اسم الشهرة

বিলাল আল-হাবশ্বী

نبذة مختصرة

বিলাল ইবনে ৰাবাহ আল-হাবশ্বী আল-মুআজ্জিন। তেওঁ হৈছে- বিলাল ইবনু হামামাহ, হামামাহ হৈছে তেওঁৰ মাক। মুশ্বৰিকসকলে তেওঁক তাওহীদ গ্ৰহণ কৰাৰ কাৰণে শাস্তি বিহিছিল, সেয়ে আবু বকৰ ছিদ্দীক ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁক মুশ্বৰিকসকলৰ পৰা কিনি লৈ দাসত্বৰ পৰা মুক্ত কৰিছিল। তেতিয়াৰ পৰাই তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সংগ অৱলম্বন কৰিছিল আৰু আজান দিছিল। তেখেতৰ সৈতে তেওঁ সকলো যুদ্ধতে অংশগ্ৰহণ কৰিছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক আবু উবাইদা ইবনুল জাৰ্ৰাহৰ সৈতে ভ্রাতৃত্ব বন্ধনত আবদ্ধ কৰোৱাইছিল। আম্মাৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে: মুশ্বৰিকসকলে যিটো বিচাৰিছিল প্রত্যেকেই সেয়া মৌখিকভাৱে কৈছিল কিন্তু বিলাল ৰাদ্বিয়াল্লাহু আনহু আছিল ইয়াৰ ব্যতিক্ৰম। অৱশেষত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ (মৃত্যুৰ) পিছত তেওঁ মুজাহিদ হিচাপে ওলাই গৈ ২০ হিজৰীত চিৰিয়াত মৃত্যুবৰণ কৰিছে।

المراجع

অধিক (1)
تاريخ دمشق (10/429) تهذيب الأسماء واللغات (1/ 136) الوافي بالوفيات (10/173) إسعاف المبطأ برجال الموطأ (ص: 6) الأعلام للزركلي(2/73)