Skip to content

بريدة بن الحصيب بن عبد الله بن الحارث

الإسم

বুৰাইদাহ ইবনে হুছাইব ইবনে আব্দুল্লাহ ইবনিল হাৰিছ।

اسم الشهرة

বুৰাইদাহ বিন হুচাইব আছলামী -ৰাদ্বিয়াল্লাহু আনহু-

نبذة مختصرة

বুৰাইদাহ ইবনে হুছাইব ইবনে আব্দুল্লাহ আল-আছলামী। তেওঁ আছিল এজন সন্মানীয় চাহাবী। ইবনুছ ছাকানে কৈছে: নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হিজৰত কৰি অহাৰ সময়ত তেওঁ গামীমত ইছলাম গ্ৰহণ কৰিছিল। ইয়াৰ পিছত তেওঁ সেই স্থানতেই অৱস্থান কৰি আছিল, ইপিনে বদৰ আৰু উহুদৰ যুদ্ধও পাৰ হৈছিল। তাৰ পিছতহে তেওঁ তাৰ পৰা গুচি আহে। কিছুমানৰ মতে: নবী চাল্লাল্লাহু আলাইহি অছাল্লাম বদৰৰ পৰা উভতি অহাৰ পিছত তেওঁ ইছলাম গ্ৰহণ কৰিছিল। বাছৰা বিজয় হোৱাৰ পিছৰ পৰা তেওঁ তাতেই বসবাস কৰিবলৈ লৈছিল। অৱশেষত ৬৩ হিজৰীত তেওঁ মৃত্যুবৰণ কৰে।

المراجع

অধিক (1)
سير أعلام النبلاء ( 418/1)