Skip to content

প্ৰশ্ন নং ১৩- ঘৰত প্ৰৱেশ কৰাৰ সময়ত কোনটো দুআ পঢ়িব লাগে?

الباب / الفصل
قسم الأدعية والأذكار

السؤال

س١٤: ما هو الذكر عند دخول المنزل؟

প্ৰশ্ন নং ১৩- ঘৰত প্ৰৱেশ কৰাৰ সময়ত কোনটো দুআ পঢ়িব লাগে?

الجواب

ج:«بسم الله ولجنا، وبسم الله خرجنا، وعلى الله ربنا توكلنا، ثم ليسلم على أهله»

رواه أبو داود.

উত্তৰ- বিছমিল্লাহি অলাজনা, অবিছমিল্লাহি খাৰাজনা, ওৱা আলাল্লা-হি ৰাব্বিনা তাৱাক্কালনা। (আল্লাহৰ নামত আমি প্ৰৱেশ কৰিলোঁ, আৰু আল্লাহৰ নামতেই আমি ওলাইছিলোঁ, আৰু আমি আমাৰ প্ৰতিপালক আল্লাহৰ ওপৰতেই ভৰসা কৰোঁ।) এই দুআ কোৱাৰ পিছত পৰিয়ালক ছালাম কৰিব লাগে।

ইয়াক আবু দাউদে বৰ্ণনা কৰিছে