Skip to content

উত্তম চৰিত্ৰৰ ফজিলত কি?

الباب / الفصل
قسم الأخلاق

السؤال

س١: ما فضل حسن الخلق؟

প্ৰশ্ন নং ১- উত্তম চৰিত্ৰৰ ফজিলত কি?

الجواب

ج:قال: النبي عَلَيْهِ الصَّلَاةُ وَالسَّلَامُ:

«أَكْمَلُ الْمُؤْمِنِينَ إِيمَانًا أَحْسَنُهُمْ خُلُقًا»

رواه الترمذي وأحمد.

উত্তৰ- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

মুমিনসকলৰ মাজত পৰিপূৰ্ণ মুমিন হৈছে সেই ব্যক্তি, যাৰ চৰিত্ৰ তেওঁলোকৰ মাজত সৰ্বোত্তম।

(তিৰমিজী আৰু আহমদে বৰ্ণনা কৰিছে)