Skip to content
الإسلام طريق السعادة

الإسلام طريق السعادة

আপুনি কেতিয়াবা নিজকে প্ৰশ্ন কৰিছেনে যে, কোনে আপোনাক সৃষ্টি কৰিছে? এই জীৱনৰ উদ্দেশ্য কি? মৃত্যুৰ পিছত কি হ'ব? বিবেকে এই কথা মানি ল'বনে যে, মহান আল্লাহে এই জীৱনৰ লক্ষ্য স্পষ্ট নকৰাকৈয়ে আমাক সৃষ্টি কৰিছে, তথা আমাৰ সৃষ্টিৰ কোনো উদ্দেশ্যই নাই? জানি থওক, মহান আল্লাহে ৰাছুল প্ৰেৰণ কৰিছে আৰু মানৱজাতিৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছে, যাতে আমি তেওঁক চিনিব পাৰোঁ আৰু এই কথা জানিব পাৰোঁ যে, কেনেকৈ তেওঁৰ ইবাদত কৰিব লাগে। মহান আল্লাহে এই কথা স্পষ্ট কৰিছে যে, আমাৰ এই জীৱন হৈছে এটা পৰীক্ষামাত্ৰ। গতিকে যিয়ে সেই সত্ত্বাৰ এককভাৱে ইবাদত কৰিব, যাৰ কোনো অংশীদাৰ নাই, লগতে সৎকৰ্ম কৰিব আখিৰাতত তাক জান্নাতৰ প্ৰতিদান দিয়া…

0%
Font size