النعمان بن بشير بن سعد الأنصاري
الإسم
আন-নুমান ইবনে বাশ্বীৰ ইবনে ছা’দ আল-আনচাৰী
اسم الشهرة
নুমান বিন বাশ্বীৰ -ৰাদ্বিয়াল্লাহু আনহুমা-
نبذة مختصرة
আন-নু’মান ইবনে বাশ্বীৰ ইবনে ছা’দ ইবনে ছা’লাবাহ আল-আনচাৰী আল-খাজৰাজী। তেওঁ এজন সন্মানীয় চাহাবী আছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যুৰ আঠ মাহ আগত তেওঁৰ জন্ম হৈছিল। তেওঁ এজন অভিজাত, দানশীল আৰু কবি আছিল। তেওঁ আছিল মুআৱিয়াৰ এজন অন্যতম আমিৰ। তেওঁক কিছুদিনৰ বাবে কুফাত নিযুক্তি দিছিল, তাৰ পিছত ফুজালাৰ পিছত তেওঁক দিমাস্কৰ কাজী হিচাপে নিযুক্তি দিছিল। ইয়াৰ পিছত তেওঁক হিমছৰ আমিৰ নিযুক্তি দিয়া হৈছিল। মাৰ্জে ৰাহিতৰ যুদ্ধৰ পিছত তেওঁক খালিদ ইবনে খালী নামৰ এজন ব্যক্তিয়ে দুই কুঁৱাৰ গাঁৱত হত্যা কৰিছিল; কাৰণ তেওঁ হিমছৰ লোকসকলক আব্দুল্লাহ ইবনুঝ ঝুবাইৰৰ বাইআত গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। এই ঘটনা ৬৪ হিজৰীত সংঘটিত হৈছিল।