Skip to content

أبو برزة نَضْلة بن عبيد بن الحارث الأسلمي

الإسم

আবু বাৰঝাহ নাজলাহ ইবনে উবাইদ ইবনুল হাৰিছ আল-আছলামী

اسم الشهرة

আবু বাৰঝাহ আল-আছলামী ৰাদ্বিয়াল্লাহু আনহু

نبذة مختصرة

আবু বাৰঝাহ আল-আছলামী। তেওঁৰ নাম সম্পৰ্কে মতানৈক্য আছে, কিছুমানে কৈছে: নাজলাহ ইবনে উবাইদ, আৰু এইটোৱেই শুদ্ধ। আন কিছুমানে কৈছে: নাজলাহ ইবনে আমৰ। তেওঁ আছিল এজন সন্মানীয় চাহাবী। মক্কা বিজয়ৰ পূৰ্বেই তেওঁ ইছলাম গ্ৰহণ কৰিছিল। তেওঁ সাতখন যুদ্ধত অংশগ্ৰহণ কৰিছিল। ৬৫ হিজৰীত তেওঁৰ মৃত্যু হৈছে।

المراجع

অধিক (1)
الاستيعاب (4/1495)، رجال صحيح مسلم (2/295)، أسد الغابة (5/305)، تاريخ إربل (2/105).