Skip to content

أم سلمة هند بنت أبي أمية المخزومية

الإسم

উম্মু ছালামা হিন্দ বিন্তে আবি উমায়্যাহ আল-মাখঝুমিয়্যাহ

اسم الشهرة

উম্মু ছালামা -ৰাদ্বিয়াল্লাহু আনহা-

نبذة مختصرة

উম্মুল মু’মিনীন, উম্মু ছালামাহ হিন্দ বিন্তে আবি উমায়্যাহ হুজাইফা ইবনুল মুগীৰাহ ইবনে আব্দুল্লাহ আল-মাখঝুমিয়্যাহ। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ৪ৰ্থ হিজৰীৰ শ্বাওৱাল মাহত বিয়া কৰাইছিল। কিছুমানে কৈছে: ৪ৰ্থ হিজৰীৰ আগত। প্ৰথম মহিলা হিজৰতকাৰীসকলৰ ভিতৰত তেওঁ আছিল অন্যতম। তেওঁ মহিলাসকলৰ মাজত এগৰাকী ফকীহ হিচাপে গণ্য হৈছিল। তেওঁ বৰ ধুনীয়া আছিল। প্ৰায় নব্বৈ বছৰ জীয়াই আছিল। উম্মুল মুমিনীনসকলৰ ভিতৰত তেৱেঁই শেষত মৃত্যুবৰণ কৰিছে। ৫৯ অথবা ৬৪ হিজৰীত তেওঁৰ মৃত্যু হৈছে, ইয়াৰ বাহিৰেও কিছুমানে বেলেগ মত ব্যক্ত কৰিছে।

المراجع

অধিক (1)
الطبقات الكبرى (8/69)، المنتظم في تاريخ الملوك والأمم (5/ 319)،تاريخ الإسلام (2/ 741)، البداية والنهاية (11/ 605)، الإعلام بفوائد عمدة الأحكام (2/ 55)، الأعلام للزركلي (8/97)، نساء النبي -صلى الله عليه وسلم- (ص: 83).