Skip to content

المقداد بن عمرو

الإسم

আল-মিক্বদাদ বিন আমৰ

اسم الشهرة

মিক্বদাদ ইবনুল আছৱাদ -ৰাদ্বিয়াল্লাহু আনহু-

نبذة مختصرة

আল-মিক্বাদাদ ইবনুল আছৱাদ আল-কিন্দী। তেওঁ হৈছে আল-মিক্বাদাদ ইবনে আমৰ ইবনে চা’লাবাহ ইবনে মালিক ইবনে ৰাবিআহ ইবনে আমিৰ ইবনে মাত্বৰুদ আল-বাহৰানী, কিছুমানে কৈছে: আল-হাজৰামী। তেওঁ আল-আছৱাদ ইবনু আব্দে য়াগৌচৰ ঘৰত ডাঙৰ-দীঘল হৈছিল আৰু সেইকাৰণেই তেওঁক সেইপিনে নিছবত (সম্পৃক্ত) কৰা হয়। তেওঁ এজন সন্মানীয় চাহাবী আছিল। প্ৰথম সময়ছোৱাতেই তেওঁ ইছলাম গ্ৰহণ কৰিছিল। তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ খুৰাৰ ছোৱালী জুবাআহ বিন্তে ঝুবাইৰ ইবনে আব্দিল মুত্তালিবক বিয়া কৰাইছিল। তেওঁ দুয়োটা হিজৰাততে অংশ গ্ৰহণ কৰিছিল। বদৰ যুদ্ধকে ধৰি পৰৱৰ্তী যুদ্ধসমূহত তেওঁ অংশ লৈছিল। বদৰ যুদ্ধত তেওঁ ঘোঁৰা চালক আছিল। ৩৩ হিজৰীত তেওঁৰ মৃত্যু হৈছে।

المراجع

অধিক (1)
الطبقات الكبرى (3/119) معجم الصحابة للبغوي (5/292) مشاهير علماء الأمصار ( ص 46 ) الأعلام للزركلي (7/282)